Subscribe
URL of the page has been copied to clipboard.
Meaning : খেৰ বা ঘাঁৰ ঠাৰিৰে বনোৱা দলিচাৰ দৰে আসন
Example : তেওঁ ্ ঢাৰিত শুই আছে
Synonyms : কঠ, ঢাৰি, ঢাৰি-পাটী
Meaning : মানুহে শোৱাৰ কাৰণে নি্র্মাণ কৰি লোৱা আচবাব বিশেষ
Example : তেওঁ ঘৰৰ ্বাহিৰৰ বিছনাত শুই আছিল
Synonyms : খাটিয়া, পালেং, বিছনা, শয্যা, শেতেলি
Install App