Subscribe
URL of the page has been copied to clipboard.
Meaning : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা
Example : বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে
Meaning : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে
Example : ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে
Synonyms : পীৰা
Meaning : একপ্রকাৰ বিশেষ ধৰণৰ পলুৰ পৰা হোৱা মিহি, চিকমিকীয়া আৰু দৃঢ় সূতা
Example : এইয়া পাটৰ পৰা তৈয়াৰ কৰা কাপোৰ
Synonyms : চিল্ক, ৰেচম, ৰেছম
Install App