Meaning : ভাৰতবর্ষৰ ্পঞ্জাৱ ৰাজ্যৰ ভাষা
Example :
এই কিতাপখন পাঞ্জাৱীত লিখা হৈছে
Synonyms : পাঞ্জাৱী ভাষা, পাঞ্জাৱী-ভাষা
Meaning : পাঞ্জাৱৰ অধিবাসী
Example :
ভালেমান পাঞ্জাৱী এই সংস্থাটোৰ সদস্য
Synonyms : পাঞ্জাৱ বাসী, পাঞ্জাৱ-বাসী, পাঞ্জাৱবাসী
Meaning : পাঞ্জাৱৰ সৈতে সম্বন্ধ থকা
Example :
চর্দাৰজনে পাঞ্জাৱী বেশ-ভূষা পিন্ধি আছিল
Meaning : পঞ্জাৱত থকা বা বসতি কৰা
Example :
সকলো পাঞ্জাৱী বন্ধুৰ প্রতি মোৰ এটা বিনম্র অনুৰোধ যে আপোনালোকে শান্তি বজায় ৰখাত সহায় কৰক
Meaning : পাঞ্জাৱী ভাষাৰ সৈতে সম্বন্ধ থকা বা পাঞ্জাৱী ভাষাৰ
Example :
গুৰুমুখী নজনাৰ কাৰণে মই পাঞ্জাৱী ৰচনা পঢ়িব নোৱাৰোঁ