Subscribe
URL of the page has been copied to clipboard.
Meaning : খোৱা আহাৰ পেটলৈ গৈ শৰীৰত প্রয়োজন হোৱা পদার্থৰ ৰূপত পৰি্ৱর্তন ্হোৱা প্রক্রিয়া
Example : আহাৰ ভালদৰে হজম নোহোৱাৰ কাৰণে কোষ্ঠবদ্ধতা ৰোগ হয়
Synonyms : পাচন ক্রিয়া, হজম
Meaning : ঔষধ আদি পানীত সিজাই তৈয়াৰ কৰা ৰস
Example : বৈদ্যই ৰোগীক সদায় তুলসী পাতৰ ক্বাথ খাবলৈ কৈছে
Synonyms : কোৱাথ, ক্বাথ
Install App