Meaning : পাকিস্তানৰ অধিবাসী
Example :
ভাৰত-পাক সীমান্তত পাকিস্তানী অনুপ্রৱেশকাৰী বন্দী কৰা হʼল
Synonyms : পাকিস্তান বাসী, পাকিস্তান-বাসী, পাকিস্তানবাসী
Meaning : পাকিস্তানৰ সম্বনীয় বা পাকিস্তানৰ
Example :
কিছুমান লোকে পাকিস্তানী ৰাজনীতিৰ বিষয়ে বহুত চিন্তা-চর্চা কৰে