Meaning : সূর্যাস্ত হোৱা দিশ বা পূৱৰ বিপৰীত দিশ
Example :
মোৰ ঘৰ ইয়াৰ পৰা পশ্চিমফালে আছে
Synonyms : পশ্চিম দিশ
Meaning : * দুশ সত্তৰ ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
Example :
পশ্চিম সদায় পশ্চিম দিশৰ ফালেই থাকে
Synonyms : পছিম