Meaning : বেমাৰী পশুৰ চিকিৎসা কৰা কার্য
Example :
এই গাঁওখনৰ লোকে পশু-চিকিৎসাৰ কাৰণে নিজৰ পোহনীয়া পশুবোৰলৈ চহৰলৈ যাবলগীয়া হয়
Synonyms : পশুচিকিৎসা
Meaning : পশু-চিকিৎসাৰ বা পশু-চিকিৎসা সম্বন্ধীয়
Example :
পশু-চিকিৎসা বিষয়াই গাওঁ্বাসীক কিছুমান নতুন পশু ৰোগৰ পৰা পশুবোৰক বচোৱাৰ উপায় দিলে
Synonyms : পশু-চিকিৎসকীয়