Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পলিচ from অসমীয়া dictionary with examples, synonyms and antonyms.

পলিচ   বিশেষ্য

Meaning : পোলেণ্ড দেশৰ অধিবাসী

Example : সেই পলিচজনৰ লগত দেশলৈ ঘূৰি অহাৰ পিছত ফোনতহে কথা-বতৰা হʼল

Synonyms : পোলেণ্ড বাসী, পোলেণ্ড-বাসী, পোলেণ্ডবাসী

Meaning : পোলেণ্ডৰ লোকৰ ভাষা

Example : তেওঁ পলিচ আৰু ৰুছ সলসলীয়াকৈ কʼব পাৰে

Synonyms : পলিচ ভাষা, পলিচ-ভাষা

Meaning : কোনো বস্তু জিলিকিবৰ কাৰণে তাৰ ওপৰত লগোৱা প্রলেপ বিশেষ

Example : তেওঁ কিছুমান বস্তুৰ ওপৰত পলিচ লগাই আছে

Synonyms : পʼলিচ, পালিচ

পলিচ   বিশেষণ

Meaning : পোলেণ্ডৰ সৈতে সম্বন্ধ থকা বা পোলেণ্ডৰ

Example : এই সংস্থাটোৱে ভাৰতবর্ষত পলিচ সাংস্কৃতিক কাম-কাজ কৰে