Subscribe
URL of the page has been copied to clipboard.
Meaning : ভয় খাই বিপদজনক ঠাইৰ পৰা বা নিজৰ ্ কর্তব্য আদিৰ পৰা বিমুখ হৈ আৰু লোকচক্ষুৰ পৰা আঁৰ হৈ গুচি যোৱা
Example : কয়দীজন জেলৰ পৰা পলাই গʼল
Synonyms : পলায়ন কৰা, পলোৱা
Meaning : পৰ-পুৰষৰ সৈতে স্ত্রী গুচি যোৱা কার্য
Example : সীমা মোৰ ড্রাইভাৰটোৰ লগত পলাল
Synonyms : পলাল, ভাগি যোৱা
Meaning : মনে মনে গুচি যোৱা
Example : সি মোৰ টকা-পইচা লৈ পলাই গʼল
Synonyms : উধাও হোৱা
Install App