Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজন সৈনিকৰ ওচৰত ্ ঘোঁৰা বা কোনো বাহন নাথাকে
Example : সেনা অভিযানৰ সময়ত শত্রুপক্ষৰ শ-শ পদাতিক সৈন্য হতাহত হৈছিল
Synonyms : পদাতিক
Meaning : ভৰিৰে খোজকাঢ়ি যুদ্ধ কৰা সৈনিক
Example : প্রাচীনকালৰ যুদ্ধত পদাতিকৰ যথেষ্ট প্রভাৱ আছিল
Synonyms : পদাতি, পদাতিক
Install App