Subscribe
URL of the page has been copied to clipboard.
Meaning : দীঘল আৰু বহল সমতল ভূমি
Example : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে
Synonyms : ক্ষেত্র, প্রাঙ্গণ, প্রাঙ্গন, প্রান্তৰ, ময়দান
Meaning : শস্য উৎপাদন কৰিবলৈ খেতিৰ চাৰিওফালে জেওৰা আদিৰে ঘেৰি দিয়া ঠাই
Example : এই খেতিপথাৰখন যথেষ্ট সাৰুৱা
Synonyms : খেতি পথাৰ, খেতি মাটি, খেতি-পথাৰ, খেতিপথাৰ, ভূঁই, শস্যক্ষেত্র
Install App