Subscribe
URL of the page has been copied to clipboard.
Meaning : যিয়ে পত্র আদি কাৰোবাৰ ওচৰলৈ লৈ যায়
Example : আজি ৰাতিপুৱাই এজন পত্রবাহকে এই চিঠিখন দি গʼল
Synonyms : পত্র-বাহক, হৰকৰা
Meaning : চিঠি-পত্র, মানি-্অর্ডাৰ আদি ঘৰে ঘৰে দি ফুৰা ডাক বিভাগৰ কর্ম্্চাৰী
Example : ডাকোৱালে ঘৰে ঘৰে ঘূৰি চিঠি-পত্র দি ফুৰে
Synonyms : ডাকোৱাল, পিয়ন, পোষ্টমেন
Install App