Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ
Example : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে
Synonyms : খত, চিঠি, চিঠি-পত্র, পত্রিকা
Meaning : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব
Example : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে
Synonyms : দল, পর্ণ, পাত
Meaning : লিখা কাগজ আদি, বিশেষভাৱে সেই কাগজ যʼত কোনো বিষয়ৰ লগত সম্বন্ধ থকা কোনো মহত্ত্বপূর্ণ কথা লিখা থাকে
Example : তেওঁৰ প্রৱেশ পত্রখন কʼৰবাত হেৰাল
Synonyms : পত্রিকা
Meaning : কাগজৰ সমান পাতল ধাতুৰ পাত
Example : তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে
Synonyms : পাত
Install App