Meaning : যি গৰাকী স্ত্রীৰ স্বামী ঢুকাইছে
Example :
মেজৰ ৰণবীৰক মৰণোত্তৰভাৱে প্রদান কৰা পৰমবীৰ চক্র সন্মান তেওঁৰ বিধৱা পত্নীয়ে গ্রহণ কৰিলে
Synonyms : বাঁৰী, বিধৱা, স্বামীহীনা
Meaning : যাৰ স্বামীৰ মৃত্যু হৈছে
Example :
বাৰাণসীৰ বিধবা আশ্রমত থকা বিধবা স্ত্রীসকলৰ অৱস্থা বৰ দুখজনক
Synonyms : বাঁৰী, বিধবা, স্বামীহীনা