Subscribe
URL of the page has been copied to clipboard.
Meaning : খোজকাঢ়োতে মাটি ্ স্পর্শ ্ কৰা ভৰিৰ একেবাৰে তলৰফালে থকা অংশ
Example : তেওঁৰ ভৰিৰ পতাত কিহবাই বিন্ধিলে
Synonyms : চৰণতল, পদতল, পাদতল, পাদমূল, ভৰিৰ তলুৱা, ভৰিৰ পতা
Meaning : চকুৰ ওপৰৰ ছালৰ আচ্ছাদন যি নামি আহিলে চকু জাপ খাই যায়
Example : কেচুৱাটোৱে বাৰে-বাৰে চকুৰ পতা মাৰি আছে
Synonyms : চকুৰ পতা, নেত্রপল্লৱ
Meaning : অনুকূল হোৱা
Example : আৰে ! সেই ছোৱালীজনী পতি গʼল
Install App