Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পতন from অসমীয়া dictionary with examples, synonyms and antonyms.

পতন   বিশেষ্য

Meaning : সমাপ্ত হোৱাৰ ভাব বা কার্য

Example : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল

Synonyms : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং

Meaning : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য

Example : বেয়া গুণে মানুহৰ পতন ঘটায়

Synonyms : অধঃপতন, অধঃপাত, অধোগমন, অৱনতি, চ্যুতি

Meaning : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য

Example : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল

Synonyms : অধঃপতন, অধঃপাত, অৱনতি, স্খলন