Meaning : যিজনে অধ্যয়ন কৰে
Example :
ভাল অধ্যয়নকাৰীয়ে যিকোনো বিষয়ৰ অধ্যয়ন খৰচিমাৰি কৰে
Synonyms : অধ্যয়ন কর্তা, অধ্যয়নকাৰী
Meaning : পঢ়িব পৰা ব্যক্তি
Example :
পঢ়ুৱৈসকলক আলোচনীখন সন্দর্ভত ্মতামত আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ
Synonyms : পাঠক