Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পঠন from অসমীয়া dictionary with examples, synonyms and antonyms.

পঠন   বিশেষ্য

Meaning : কোনো লেখনিৰ শ্্ব্দবোৰ উচ্চাৰণ কৰি পঢ়া কার্য

Example : লʼৰা-ছোৱালীবোৰৰ পঠন কার্যত ্শ্রোতাই হাতচাপৰি বজালে

Meaning : কিতাপ বা লিখনি আদিত লিখিত কথা বা বিষয় চোৱা বা পঢ়া কার্য

Example : ৰামে বেদ পাঠ কৰি আছে

Synonyms : পঢ়া, পাঠ কৰা

Meaning : কোনো বিষয়ৰ সকলো দিশৰ বা গূঢ় তত্ত্বৰ জ্ঞান লাভ কৰিবৰ কাৰণে চোৱা, পঢ়া বা বুজা কার্য

Example : তেওঁ সংস্কৃতৰ অধ্যয়ন কৰিবৰ কাৰণে কাশীলৈ গৈছে

Synonyms : অধ্যয়ন, জ্ঞানার্জন