Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো পঞ্জী, তালিকা আদিত নাম লিখোৱা কার্য
Example : এগৰাকী নার্চে চিকিৎসালয়ত নৱজাতকৰ পঞ্জীয়ন কৰি আছে
Synonyms : নামাংকন, নামাঙ্কন, পঞ্জীকৰণ
Meaning : পঞ্জী, বহী বা ৰেজিষ্টাৰত লিখা কার্য
Example : অশোক আৰু সাধনাই নিজৰ বিয়াৰ পঞ্জীকৰণ আদালতত গৈ কৰিলে
Synonyms : পঞ্জীকৰণ, ৰেজিষ্টাৰ
Install App