Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনক কোনো বিশেষ গুণ আদিৰ কাৰণে কাৰোবাৰ ভাল লাগে
Example : শচীনক মই পচন্দ কৰোঁ
Synonyms : পচন্দ
Meaning : মনৰ ভাল লগা ভাব
Example : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে
Synonyms : অভিৰুচি, ইচ্ছা, ৰুচি
Meaning : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
Example : এইখন মোৰ অতি প্রিয় গ্রন্থ
Synonyms : অভিৰুচি, প্রিয়, ভাল লগা, ৰুচি
Install App