Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পক্ষাৱলম্বন from অসমীয়া dictionary with examples, synonyms and antonyms.

পক্ষাৱলম্বন   বিশেষ্য

Meaning : উচিত-অনুচিত বিচাৰ নকৰি কোনো এক পক্ষৰ প্রতি দেখুওৱা সহানুভূতি আৰু সেই পক্ষক ্ সমর্থন ্ কৰা কার্য ্ বা ভাৱ

Example : আমি পক্ষপাতিতাৰ উর্ধত গৈ সকলোৰে কল্যাণৰ কাৰণে কাম কৰা উচিত

Synonyms : অনিৰপেক্ষতা, একদেশদর্শিতা, পক্ষপাত, পক্ষপাতিতা, পক্ষপাতিত্ব, পক্ষানুৰাগ, বিপক্ষতা, সপক্ষতা