Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পক্ষ from অসমীয়া dictionary with examples, synonyms and antonyms.

পক্ষ   বিশেষ্য

Meaning : এটা মাহক পোন্ধৰ দিনকৈ কৰা দুটা ভাগৰ এটা ভাগ

Example : কৃষ্ণপক্ষৰ অষ্টমী তিথিত ভগৱান কৃষ্ণৰ জন্ম হৈছিল

Meaning : চৰাই, কিছুমান পতংগ আদিৰ উৰিবলৈ সহায়ক হোৱা অংগ

Example : চিকাৰীজনে তৰোৱালেৰে চৰাইটোৰ দুয়োখন ডেউকা কাটি দিলে

Synonyms : ডানা, ডেউকা, ডৌকা, পখা, পাখি

Meaning : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

Example : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

Synonyms : অংশ, দিশ, বিভাগ

Meaning : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

Example : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

Synonyms : দল, পার্টী

Meaning : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়

Example : আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল

Synonyms : পার্টী

Meaning : যাৰ আন কাৰোবাৰ সৈতে বিৰোধ হৈছে বা হʼব পাৰে তেনেধৰণৰ কথা কোনোৱে প্রমাণ কৰিব বিচাৰা অৱস্থা

Example : আপুনি প্রথমে নিজৰ পক্ষ ন্যায়াধীশৰ আগত

Meaning : কোনো বিশেষ বিষয়ৰ দুটা বা ততোধিক বিৰোধী তত্ত্ব, সিদ্ধান্ত অথবা দলত বিভক্ত কোনোটোৰ এটা

Example : আপুনি কোনটো পক্ষত আছে ?