Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য
Example : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া
Synonyms : ঘূৰোৱা, জপোৱা, নুৰিওৱা, মেৰিওৱা
Meaning : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
Example :
Synonyms : ঘূৰা, ঘূৰোৱা, পকা, পকাই দিয়া, মোহাৰি দিয়া, মোহৰা
Meaning : ফল আদি প্রস্তুত কৰা বা পকোৱা কার্য
Example : তেওঁ আম ্পকালে
Synonyms : পক দিয়া
Meaning : আহাৰ প্রস্তুত কৰা
Example : মায়ে সকলোৰে কাৰণে আহাৰ ৰান্ধিছে
Synonyms : পগোৱা, ৰন্ধা, ৰন্ধা-বঢ়া কৰা
Install App