Subscribe
URL of the page has been copied to clipboard.
Meaning : ফল আদি পূৰঠ হোৱাৰ পিছত খোৱাৰ উপযোগী হোৱা
Example : পাচিটোৰ গোটেইবোৰ আম পকা
Synonyms : পৰিপক্ক হোৱা
Meaning : দিশ পৰিব্্র্তন ্ কৰা
Example : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল
Synonyms : ঘূৰা, ঘূৰি যোৱা, পাক দিয়া, মূৰ লোৱা
Meaning : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
Example :
Synonyms : ঘূৰা, ঘূৰোৱা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা
Meaning : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা
Example : তেওঁ ্ পকা আম খাই আছে
Synonyms : পৰিপক্ক
Meaning : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
Example : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
Synonyms : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত
Meaning : পুঁজেৰে ভৰি থকা
Example : গেলা ফোঁহাটো সদায় চফা কৰা উচিত
Synonyms : গেলা
Install App