Subscribe
URL of the page has been copied to clipboard.
Meaning : সুগন্ধি ফুলযুক্ত একপ্রকাৰৰ উদ্ভিদ
Example : সাধু মহাৰাজে নিজৰ কুটীৰটোৰ চাৰিওফালে নৱমল্লিকা ফুল লগাই ৰাখিছে
Synonyms : চামেলি
Meaning : এক প্রকাৰৰ সৰু চানেকীয়া বগা ৰঙৰ সুগন্ধি ফুল
Example : তেওঁৰ ঘৰৰ সন্মুখ আহি পোৱাৰ লগে লগে মালতী ফুলৰ সুগন্ধি আহি নাকত লাগেহি
Synonyms : নেৱালি, নেৱালী, মালতী
Install App