Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

নৰ   বিশেষ্য

Meaning : যি পুৰুষ জাতিৰ ্অন্তর্গত হয়

Example : শিয়াল, ছাগল, বান্দৰ আদি নৰ

Meaning : নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণে সকলো প্রাণীৰ ওপৰত প্রভাৱ বিস্তাৰ কৰা সেই দ্বি-পদী প্রাণী যাৰ ভিতৰত আমি, আপুনি আৰু সকলোৱেই পৰোঁ:মানুহ নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণেই সকলো প্রাণীতকৈ শ্রেষ্ঠ

Example :

Synonyms : ইনসান, জন, নৰ-মনিচ, মনিচ, মনুজ, মনুষ্য, মর্ত্ত্য, মানুহ, মানৱ, লোক

নৰ   বিশেষণ

Meaning : পুৰুষ জাতিৰ

Example : হাতী এবিধ নৰ পশু