Meaning : চৰকাৰে প্রচলন কৰা এক বিশেষ ধৰণৰ কাগজ যʼত টকাৰ সংখ্যা ছপা কৰা থাকে আৰু যাক টকাৰ মুদ্রাৰ সমৰূপত চলোৱা হয়
Example :
তেওঁ ্ মোক এশ এশকৈ নোটবোৰ দেখুৱাই আছিল
Meaning : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য
Example :
তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?
Synonyms : টোকা
Meaning : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু
Example :
নোটটো ফ্রিজৰ ওপৰত লগায় দিবা
Synonyms : টোকা