Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word নেত্রজল from অসমীয়া dictionary with examples, synonyms and antonyms.

নেত্রজল   বিশেষ্য

Meaning : অশ্রুগ্রন্থিৰ পৰা ওলোৱা এক বিশেষধৰণৰ লুণীয়া দ্রৱ যি শোক, পীড়া বা অত্যধিক আনন্দৰ সময়ত চকুৰ পৰা ওলায়

Example : তেওঁৰ দুখৰ ্কথাশুনি মোৰ চকুৱেদি চকুলো নিগৰি আহিল

Synonyms : অক্ষিজল, অশ্রু, অশ্রুকণা, অশ্রুজল, অশ্রুধাৰা, অশ্রুপ্রৱাহ, অশ্রুবাৰি, অশ্রুবিন্দু, অশ্রুভাৰ, চকুপানী, চকুলো, নেত্রবাৰি, নেত্রাম্বু, নয়নজল, নয়নধাৰা, নয়নাম্বু, লোতক