Subscribe
URL of the page has been copied to clipboard.
Meaning : শৰীৰৰ যি ইন্দ্রিয়ৰ দ্বাৰা প্রাণীয়ে ৰূপ, বর্ণ, বিস্তাৰ আৰু আকাৰ আদিৰ জ্ঞান লাভ কৰে
Example : সেই ছোৱালীজনীৰ চকুকেইটা বৰ ধুনীয়া সীতাৰ হৰিণীনয়না চকুজুৰি অন্যতম আকর্ষণ
Synonyms : অক্ষি, চকু, চক্ষু, নয়ন, লোচন, ্দর্শনেন্দ্রিয়
Meaning : নেত্র বা চকু সম্বন্ধীয়
Example : কুকুৰীকণা এবিধ নেত্র ৰোগ
Synonyms : চাক্ষুষ
Install App