Meaning : জ্বলি থকা বা উত্তপ্ত বস্তুৰ পানী আদিৰ সংস্পর্শলৈ আহি ঠাণ্ডা হোৱা
Example :
পানী পৰোতেই কয়লাখিনি নুমাই গʼল
Synonyms : চেঁ্চা পৰা, নুমাই যোৱা
Meaning : কোনো বস্তুৰ জ্বলন কার্য ্ নাইকিয়া হৈ যোৱা
Example :
চাকিটো নুমাই গʼল
Synonyms : নুমাই যোৱা