Meaning : জ্বলি থকা বা উত্তপ্ত বস্তুৰ পানী আদিৰ সংস্পর্শলৈ আহি ঠাণ্ডা হোৱা
Example :
পানী পৰোতেই কয়লাখিনি নুমাই গʼল
Synonyms : চেঁ্চা পৰা, নুমোৱা
Meaning : জুই জ্বলি নিজে-নিজে বা পানী আদি পৰাৰ কাৰণে নজ্বলা এক অৱস্থা
Example :
চৌকাৰ জুই নুমাল
Synonyms : নুমুৱা