Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼত কোনো সোৱাদ নাই
Example : আজিৰ আহাৰ সেৰসেৰীয়া হৈছে
Synonyms : বিৰস, সেৰসেৰীয়া, সেৰেকা, সোৱাদ নোহোৱা, স্বাদহীন
Meaning : যিটো ৰুচিপূর্ণ নহয়
Example : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
Synonyms : অসাৰ, অৰুচিকৰ, ৰসহীন, ৰুচিহীন
Install App