Subscribe
URL of the page has been copied to clipboard.
Meaning : আকাশ ৰঙৰ বা নীল বৰণৰ
Example : চিত্রকৰে প্রাকৃতিক দৃশ্যটো আঁকোতে আকাশত নীলা ৰং দিবলৈ পাহৰিলে
Synonyms : নীল বৰণ, নীল-ৰং, নীলত্ব, নীলা, নীলা ৰং
Meaning : নীলা হোৱা অৱস্থা
Example : স্বাতিৰ চকুৰ নীলাভখিনি গুচি গʼল
Synonyms : নীলত্ব
Meaning : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
Example : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
Synonyms : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, ব্যোম, শূন্য
Install App