Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ঠাইত থকা বা বসতি কৰা লোক
Example : ইয়াৰ সকলো নিবাসীয়ে আবেদন কৰিছে যে আপোনালোক কোনেও যেন অচিনাকি লোকক নিজৰ ঘৰত আশ্রয় নিদিয়ে
Synonyms : অধিবাসী, আবাসিক, আবাসী, আৱাসিক, আৱাসী, নিবাসী, বসবাসকাৰী, বাস কৰোঁতা, বাসিন্দা
Install App