Subscribe
URL of the page has been copied to clipboard.
Meaning : উৎসাহ নোহোৱা অৱস্থা বা ভাব
Example : নিৰুৎসাহৰ কাৰণে মই এই কামটো কৰিব নোৱাৰিলোঁ
Synonyms : অনুৎসাহ, উদ্যমহীনতা, উৎসাহহীনতা
Meaning : যি উদ্যমী নহয়
Example : উদ্যমহীন লোকৰ জীৱন কষ্টেৰে ভৰা
Synonyms : উদ্যমহীন, নিৰুদ্যমী, ভগ্নোদ্যম, হতোদ্যম
Install App