Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼত কোনো বিকল্প নাথাকে বা বিকল্পৰ অভাৱ
Example : এই সমস্যাটোকলৈ মই নিৰুপায় হৈ পৰিলোঁ
Synonyms : উপায়হীন, বিকল্পহীন
Meaning : যাৰ কোনো উপায় নাই
Example : তেওঁ নিৰুপায় হৈ সমস্যাৰ মাজত সোমাই পৰিল
Meaning : যাৰ ওচৰত কোনো উপায় নাই
Example : নিৰুপায় ৰমেশে কান্দিবলৈ ধৰিলে
Install App