Meaning : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
Example :
এই কামটোৰ তদাৰক ৰামে কৰিছে
Synonyms : চোৱা-চিতা, তদাৰক, পর্যবেক্ষণ
Meaning : কোনো কাম, কথা বা ব্যৱহাৰ আদিৰ সূক্ষ্মভাৱে বিচাৰ কৰা কার্য
Example :
তেওঁ কৃষি কার্যৰ নিৰীক্ষণ কৰি আছিল
Synonyms : পর্যবেক্ষণ