Meaning : নব্বৈৰ লগত ন যোগ কৰিলে পোৱা সংখ্যাবিশেষ
Example :
নিৰান্নব্বৈ এশতকৈ মাত্র এক কম
Synonyms : ৯৯
Meaning : নব্বৈ আৰু ন
Example :
এই বস্তুটোৰ মূল্য নিৰান্নব্বৈ টকা মাত্র
Synonyms : চাৰিকুৰি ঊনৈশ, নিৰানবৈ, ৯৯