Subscribe
URL of the page has been copied to clipboard.
Meaning : কেও-কিছু নথকা ঠাই
Example : কিছুমান মানুহে নি্র্জন ্ ঠাইত বসবাস কৰি ভাল পায়
Synonyms : জনবিৰলতা, জনশূন্যতা, নিজম ঠাই, নিজান, নিজান ঠাই, নিমূৰ-মূৰা, নি্র্জন ্ঠাই, নি্র্জনত্া, নিৰিবিলি ঠাই
Meaning : যʼত বাস কৰা নহয়
Example : তেওঁ নি্র্জন ্ ঠাইত অকলে অকলে ঘূৰি আছে
Synonyms : জনবিৰল, জনশূন্য, জনহীন, নি্র্জন, নি্র্জ্জন, নিৰল, নিৰিবিলি
Meaning : যʼত কোনো মানুহ নাই বা মানুহৰ সংখ্যা বহুত কম
Example : সন্ন্যাসীয়ে নি্র্জন ্ ঠাইত থাকিবলৈ ভাল পায়
Synonyms : একান্ত, নিজঞ্জাল, নি্র্জন, নি্র্জ্জন, নিৰল, নিৰিবিলি, ্নিজান
Install App