Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজন ব্যক্তি অপৰাধী নহয়
Example : পুলিচে অপৰাধীৰ ঠাইত নিৰপৰাধীক ধৰি হাজোতত থʼলে
Meaning : যি অপৰাধী নহয়
Example : কাশ্মীৰত সন্ত্রাসবাদীয়ে কিমান যে নির্দোষীলোকৰ প্রাণ লʼলে
Synonyms : অনপৰাধী, অপৰাধহীন, নির্দোষী, নিৰপৰাধ
Meaning : যি পাপ কৰা নাই
Example : নিষ্পাপ ব্যক্তি ্স্বর্গৰ অধিকাৰী হয় বুলি মনা হয়
Synonyms : নিষ্পাপ, পাপহীন, পাপৰহিত
Install App