Meaning : নিয়ম অনুসৰি
Example :
নিয়মমতে আমাৰো এই ভৱনত প্রবেশ কৰাৰ অধিকাৰ আছে
Synonyms : নিয়মানুযায়ী, যথানিয়মে
Meaning : বিধি বা নিয়ম অনুসৰি
Example :
এই কামটো বিধিপূর্বক হৈ ্যোৱা উচিত
Synonyms : কায়দামতে, বিধিপূর্বক, বিধিৱৎ