Subscribe
URL of the page has been copied to clipboard.
Meaning : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী
Example : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা
Synonyms : কায়দা, ঢঙ, পদ্ধতি, বিধি, শৈলী, ৰীতি
Meaning : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা
Example : আমি নিজৰ নিয়মৰ পালন কৰা উচিত
Synonyms : কায়দা, বাদ, সিদ্ধান্ত
Meaning : কোনো প্রকাৰৰ স্থিৰ কৰা ৰীতি বা ব্যৱস্থা
Example : যিকোনো সংস্থা, দেশ আদিক চলাবৰ বাবে কিছুমান নিশ্চিত নিয়ম বনোৱা হয়
Meaning : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে
Example : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়
Synonyms : দফা, ধাৰা
Install App