Subscribe
URL of the page has been copied to clipboard.
Meaning : নিতান্তই হোৱা বা হʼবলগীয়া কথা বা ঘটনা
Example : অৱশ্যমভাবীতাক কোনে আওকাণ কৰিব পাৰে
Synonyms : আৱশ্যমভাবীতা
Meaning : যি নিশ্চিত আৰু অটল দৈৱ বিধান মতে মানুহৰ সকলো কার্য আগতেই ঠিক হৈ থকা বুলি বিশ্বাস কৰা হয় আৰু যাৰ স্থান কপালত বুলি মনা হয়
Example : কর্মত বিশ্বাস কৰা লোকে ভাগ্য বিশ্বাস নকৰে
Synonyms : কপাল, ভাগ্য, ললাট
Install App