Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ কোনো অর্থ ্নাথাকে
Example : তোমাৰ এই অর্থহীন প্রশ্নৰ মোৰ ওচৰত কোনো উত্তৰ নাই
Synonyms : অনর্থক, অর্থহীন
Meaning : যিটো উপযোগী নহয় বা কোনো কামত নাহে
Example : এইটো আপোনাৰ কাৰণে অনুপযোগী বস্তু অপ্রয়োজনীয় কথাত নিজৰ সময় নষ্ট নকৰিবা
Synonyms : অনর্থক, অনুপযোগী, অপ্রযোজ্য, অপ্রয়োজনীয়, অব্যৱহার্য, ্অলাগতিয়াল, ্বেকাৰ
Meaning : যাৰ কোনো ফল বা পৰিণাম নাই
Example : মই তেওঁক বুজোৱাৰ নিষ্ফল প্রয়াস কৰিলোঁ
Synonyms : নিষ্ফল, বিফল, ব্যর্থ
Install App