Meaning : যিয়ে কোনো কাম নকৰে
Example :
আমাৰ গাঁৱত আপুনি দুই-চাৰি জন নি্ষ্কর্মা বিচাৰি পাব
Synonyms : অকর্মণ্য ব্যক্তি
Meaning : অনাহকত ইফালে-সিফালে ঘূৰিফুৰা কার্য
Example :
তেওঁ কিবা কাম-বন কৰাৰ পৰিৱর্তে দিনৰ দিনটো নি্ষ্কর্মা হৈ ঘূৰি ফুৰে
Synonyms : কর্মবিহীন