Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼত এসময়ত বাস কৰিছিল, কিন্তু কোনো কাৰণত নি্র্জন হৈ পৰিছে
Example : আজিকালি বেছিভাগ গাঁওবাসীয়ে নিজঞ্জাল গাঁৱতকৈ চহৰত থাকি ভাল পায়
Synonyms : নিজঞ্জাল, নিজঞ্জাল ঠাই, নি্র্জন ্ঠাই
Meaning : যʼত বাস কৰা নহয়
Example : তেওঁ নি্র্জন ্ ঠাইত অকলে অকলে ঘূৰি আছে
Synonyms : জনবিৰল, জনশূন্য, জনহীন, নি্র্জ্জন, নিৰল, নিৰলা, নিৰিবিলি
Meaning : যʼত কোনো মানুহ নাই বা মানুহৰ সংখ্যা বহুত কম
Example : সন্ন্যাসীয়ে নি্র্জন ্ ঠাইত থাকিবলৈ ভাল পায়
Synonyms : একান্ত, নিজঞ্জাল, নি্র্জ্জন, নিৰল, নিৰলা, নিৰিবিলি, ্নিজান
Install App