Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ কোনো ধৰণৰ লোভ বা লালসা নাই
Example : প্রকৃত সাধু-সন্ত নিস্পৃহ হয়
Synonyms : নির্লোভ, লালসাৰহিত, লোভহীন
Meaning : যাৰ ইচ্ছা নাই
Example : অনিচ্ছুক ব্যক্তিৰ কোনো ধৰণৰ দুখ নহয়
Synonyms : অনভিলাষী, অনিচ্ছুক
Meaning : যি ইচ্ছুক নহয়
Example : তেওঁ এই ্কামটোৰ প্রতি অনিচ্ছুক
Meaning : ইচ্ছা নাইকিয়া হৈ যোৱা বা যিটো ইপ্সিত নহয়
Example : কেতিয়াবা কেতিয়াবা কোনো অবাঞ্ছিত বস্তুৰ প্রাপ্তি আনন্দদায়ক হৈ পৰে
Synonyms : অকাম্য, অনভিলষণীয়, অনভিলষিত, অনাকাঙ্ক্ষী, অনীপ্সিত, অপ্রত্যাশিত, অবাঞ্ছনীয়, অবাঞ্ছিত, ইচ্ছাহীন, নিবিচৰা-
Install App