Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼত উষ্ণতা নাথাকে
Example : তেওঁৰ ্উষ্মাহীন আদৰণিত মোৰ মন উদাস হৈ পৰিল
Synonyms : উষ্ণতাহীন, উষ্মাহীন
Meaning : যাৰ তেজ নাই বা যিজনৰ তেজৰ অভাৱ হৈছে
Example : সদায় চিন্তিত হৈ থকাৰ কাৰণে তেওঁৰ চেহেৰা যৌৱনতে নিস্তেজ হʼবলৈ ধৰিছে
Synonyms : অপ্রভ, আভাহীন, কান্তিহীন, তেজহীন, মলীন, মোলান, ম্লান, শেতা
Install App