Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো অৱশিষ্ট নথকা
Example : মই কৰা কামটো এতিয়া শেষ হʼল
Synonyms : খতম, নিষ্পাদিত, পূর্ণ, পৰিসমাপ্ত, শেষ, সমাপন্ন, সমাপিত, সমাপ্ত, সম্পন্ন, সম্পাদিত, সম্পূর্ণ, ্পূৰ
Meaning : যিটো কৰা হৈ গৈছে
Example : কৃত কার্যক ্ দোহাৰি লাভ নাই
Synonyms : কৃত, সংঘটিত, সম্পন্ন, সাধিত
Install App