Meaning : যিটো কোনো কামনা বা ইচ্ছা নথকাকৈ কৰা হয়
Example :
গীতাত নিষ্কাম কর্ম ্কৰাৰ ওপৰত জোৰ দিয়া দৈছে
Meaning : যʼত ইচ্ছা নাথাকে
Example :
ইচ্ছাহীন লোকৰ জীৱন শান্তিৰে পাৰ হয়
Synonyms : অকাম, আকাংক্ষাহীন, ইচ্ছাহীন
Meaning : যʼত কাম বাসনা নাই
Example :
স্বামী বিবেকানন্দ কামনাহীন লোক আছিল
Synonyms : কামনাশূন্য, কামনাহীন, বাসনাহীন, বীতকাম